যোৱা ২৪ এপ্ৰিল তাৰিখে মই আৰু চুমি ডাক্তৰৰ ওচৰলৈ গ'লো। আমাৰ অনুমান সঁচা, চুমি সন্তান সম্ভৱা।আমি খুব আনন্দিত হ'লো। ভগবানক অশেষ ধন্যবাদ।
কিছুদিন আগতে (মা ডুবাইত থাকোতে) খবৰ আহিছিল যে বৌ গৰ্ভবতী। আৰু এতিয়া চুমি। ইতিমধ্যে ঘটনাবহুল হৈ পৰা ২০১৬ আকৌ বেছি ৰঙীন হ'ল।
No comments:
Post a Comment