এখন
কিতাপ, এখিলা পাত, এপাহ ফুল, এজোপা গছ, এখনি নৈ, এপাট স্কেল, এগছি বন্তি,
এমোকোৰা হাঁহি, এধানি মৰম, এখলি চাধা, এচেৰেঙা ৰ'দ, এভাগ নাম, এসাঁজ ভাত,
এছাটি বতাহ, এষাৰ মাত, এজাক বৰষুণ, এগৰাহ ভাত, এটোপাল নিয়ৰ, এধাৰি চকুলো,
এছটা ইটা, এডোখৰ ঠাই, এফোটা নহৰু, এডৰা খেতি, এমখা বান্দৰ, এচাম মানুহ,
এচপৰা মাটি, এচলু পানী, এপালি দৰৱ, এটুপি পানী, এচেকুঁৰা তেজ, এথোক কল,
এচকল মাছ, এপদ অলংকাৰ...
No comments:
Post a Comment